গুৱাহাটীঃ মহানগৰীত নিয়ম উলংঘা কৰা চিটীবাছৰ বিৰুদ্ধে অভিযান পৰিবহণ বিভাগৰ। লাষ্টগে’টৰপৰা বশিষ্ঠ মন্দিৰ সংযোগী পথত চলোৱা অভিযানত ১৭ খন বাছৰ চালকক জৰিমনা বিহাৰ লগতে জব্দ কৰা হয় ৬ খন বাছ। 

অনুজ্ঞা-পত্ৰ নথকা, ইউনিফৰ্ম পৰিধান নকৰা, বাছৰ আগত ফটো নৰখা চালকক জৰিমনা বিহিলে পৰিবহণ বিভাগে।