Image for Representation
Image for Representation

ডিজিটেল ডেস্কঃ দেহা থাকিলেহে বেহা। এই আপ্তবাক্যৰ অৰ্থ ভালদৰে অনুধাৱন কৰিব পাৰে মধ্যপ্ৰদেশৰ নিমাচ জিলাৰ মহিলাই।

জিলাখনৰ এটা ডাঙৰ এলেকাৰ মহিলাসকলে পেট প্ৰৱৰ্তন কৰে দেহ ব্যৱসায় কৰি। তেওঁলোকৰ সমাজত স্বীকৃত এই বৃত্তি। 

নিমাচৰ প্ৰায় ৬৫খন গাৱঁৰ মহিলাৰে জীৱিকাৰ মূলধন হল শৰীৰ। জনজাতীয় লোকৰ সমাজত বেশ্যাবৃত্তি সন্মানীয়। কেবা প্ৰজন্ম ধৰি মহিলাসকলে দেহ ব্যৱসায় কৰি পেট প্ৰৰ্তন কৰৰি আহিছে।

সেই এলেকাৰ মহিলাৰ বাবে ভাতৃ অথবা পিতৃয়ে বিচাৰি ফুৰে কামাতুৰ গ্ৰাহক। পতিতা নাৰীৰ বাবে ঘৰতে আছে নিৰ্দিষ্ট কোঠা। এলেকাটোৰ পথতো দেখা যায় গ্ৰাহকৰ বাবে অপেক্ষাৰত মহিলা।

নিমাচ জিলাখনত বিবাহিত মহিলাৰ সংখ্যাও তেনেই কম। সামাজিক প্ৰথামতে কইনাৰ যৌতুকত দিবলগা ধন আৰু সম্পত্তিৰ পৰিমাণ বহু বেছি। যাৰ বাবে বিয়া হবলৈ ইচ্ছা নকৰে মহিলাসকলে।