58
গুৱাহাটীঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰ ১৬৮২টা ভোটত আগবাঢ়ি আছে৷ ধনপুৰ সমষ্টিত পৰাত প্ৰতিদ্বন্দ্বতিতা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷
মাণিক সৰকাৰ যোৱা ২৫ বছৰ ধৰি মুখ্যমন্ত্ৰী হৈ আছে ত্ৰিপুৰাৰ৷ শনিবাৰে পুৱাৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৩ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে।