নামতিঃ শিৱসাগৰ জিলাৰ গেলেকীৰ কমলাবাৰী বনভোজস্থলীলৈ ফ্রান্স চৰকাৰে আগবঢ়াইছে ১৫ লাখ ৭৮ হাজাৰ টকাৰ অনুদান৷ পৰিবেশ সংৰক্ষণৰ অগ্ৰাধিকাৰ ভিত্তিত আগবঢ়োৰা উক্ত টকাৰে বনভোজস্থলিত নির্মাণ কৰিব এটা প্ৰেক্ষাগৃহ আৰু দুটা শৌচাগাৰ। …
© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.