বঢ়মপুৰঃ অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি তথা অসমীয়া চলচ্চিত্র জগতৰ বলিষ্ঠ অভিনেতা তথা যশস্বী পৰিচালক আব্দুল মজিদৰ মৃত্যুত পুৰণিগুদামৰ একাধিক দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। লগতে অবিনশ্বৰ গোষ্ঠী, আলোড়ন গোষ্ঠী, …
© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.