তেজপুৰঃ তেজপুৰত অৰ্ধগতিল অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ৷ কোনো পুৰুষৰ অচিনাক্ত মৃতদেহটো উদ্ধাৰ হৈছে তেজপুৰৰ জাহাজ টাপুত৷ নদী আৰক্ষীৰ জৰিয়তে উদ্ধাৰ কৰা হৈছে মৃতদেহটো৷
© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.