গুৱাহাটীঃ আজি মহা নৱমী৷ হিন্দু সম্প্ৰদায়ৰ ধর্মীয় উৎসৱ শাৰদীয় দুর্গাপূজাৰ আজি চতুর্থ দিন৷ শুকুৰবাৰে উলাহ-মালহেৰে মহানৱমী পালন কৰিব ৰাজ্যবাসীয়ে। শুকুৰবাৰে পুৱাৰে পৰা দেৱী দুৰ্গাৰ ভক্তই পূজা মণ্ডৱ সমুহত ভীৰ কৰিছে৷ …
© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.