গুৱাহাটী,১৬ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ নুনমাটিৰ এ.ভি.এম. মহাবিদ্যালয়ত আজি ‘হিউমেন কেলকুলেটৰ ইউজিং এবাকাছৰ’ এটা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়।বৃহত্তৰ নুনমাটি অঞ্চলৰ শিশুসকলৰ মানসিক বিকাশত সহায় কৰাৰ উদ্দেশ্যে স্থাপন কৰা কেন্দ্ৰটিত প্ৰতি …
© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.