ডিজিটেল ডেস্কঃ টকিঅ’ চহৰৰ এটা ফ্লেটত ৯টা মৃত দেহ উদ্ধাৰ কৰাৰ ঘটনা চৰ্চাৰ বিষয় হৈ পৰিছে। দক্ষিণ টকিঅ’ৰ জামাৰ নামৰ ঠাইত এটা এপার্টমেন্টত মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ২৭ বছৰীয়া অভিযুক্তক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। হত্যা কৰি প্রমাণ লুকুৱাৰ চেষ্টা কৰাৰ কথা স্বীকাৰ কৰে তাকাহিৰো চিৰাইশি নামৰ অভিযুক্তই। ফ্ৰিজত ৰাখি থৈছিল কটা মূৰ৷
চিৰাইশিয়ে ‘মইয়ে সেই সকলক হত্যা কৰিছো’। প্রমাণ লুকুৱাবৰ বাবেই সেই মৃতদেহ বোৰ মোৰ ঘৰত ৰাখিছিলো আৰু কিছুমান কাটি টুকুৰা কৰিছো৷’