100
ডিজিটেল ডেস্কঃ পৰ্ণগ্ৰাফিক ছাইট বন্ধ কৰা-নকৰাটো এটা বিতৰ্কৰ বিষয়। কিন্তু কিশোৰ-কিশোৰীৰ হাতত এনেধৰণৰ পৰ্ণগ্ৰাফিক ছাইটৰ প্ৰভাৱ যে কিমান বিষম হৈ উঠিব পাৰে, সেয়া উপলব্ধিৰ বিষয়।
এনেধৰণৰেই এক ঘটনা ঘটিছে টেক্সাছত। এগৰাকী ৯ বছৰীয়া কিশোৰীক আইপেডত পৰ্ণ চাই থকা অৱস্থাত ধৰা পেলাইছে শিক্ষকে। প্ৰাথমিক বিদ্যালয়ত পঢ়া ছাত্ৰী এগৰাকীয়ে এনেদৰে পৰ্ণ চাই থকা অৱস্থাত ধৰা পৰাক লৈ চিন্তিত হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ।