ভাৰতত নিৰ্বাচন খেলিব আহিছে চৌদি আৰবৰ ধন কুবেৰে, হেলিকপ্টাৰত ঘুৰা-ফুৰা,...

Home ৰাজনীতিভাৰতত নিৰ্বাচন খেলিব আহিছে চৌদি আৰবৰ ধন কুবেৰে, হেলিকপ্টাৰত ঘুৰা-ফুৰা, পদুলিত হেলিপেড

ভাৰতত নিৰ্বাচন খেলিব আহিছে চৌদি আৰবৰ ধন কুবেৰে, হেলিকপ্টাৰত ঘুৰা-ফুৰা, পদুলিত হেলিপেড

by News Desk
60 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দুখনকৈ ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনৰ গৰম বতাহে গৰম কৰিছে সমগ্ৰ দেশ। গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন৷ সমগ্ৰ ভাৰতবৰ্ষত চৰ্চিত গুজৰাট নিৰ্বাচনলৈহে৷ কিন্তু বৰ্তমানে বিশেষ চৰ্চা লাভ কৰিছে হিমাচল প্ৰদেশৰ বিধান সভা নিৰ্বাচনে৷

চৰ্চালৈ আহিছে এনে এগৰাকী ব্যক্তিৰ নাম যিগৰাকী লোকে চৌদি আৰবৰ পৰা আহিছে নিৰ্বাচন খেলিবলৈ৷ তেওঁ হৈছে আৰবৰ ডয়মণ্ডৰ লগতে কেইবাটাও ফেক্টৰীৰ মালিক কোটিপতি প্ৰকাশ ৰাণা৷ হিমাচল প্ৰদেশৰ মণ্ডি জিলাৰ জোগিন্দ নগৰৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় পাৰ্থী হিচাপে নিৰ্বাচন খেলিব প্ৰকাশ ৰাণাই৷ তেওঁ সদাই নিজৰ গাওঁ খনলৈ আহোতে হেলিকপ্টাৰেৰে আহে, ইয়াৰ কাৰণে তেওঁ নিজৰ ধৰৰ সন্মুখত হেলিপেডো নিৰ্মাণ কৰি লৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0