57
নলবাৰী/মুকালমুৱাঃ বৰণ সলালে তেওলোকে৷ বৰণ সলোৱাতো এটা পৰম্পৰা৷ যিহেতু ডাঙৰ ডাঙৰ বোৰেই বৰণ সলাই থাকে সৰু বোৰে নসলাব কিয়৷ ৰাজনীতিত বৰণ সলাই থকাই কাম৷
আজমলক এৰিলে এইবাৰ কংগ্ৰেছ যোগ দিলে ৫০০ লোকে৷ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পাঁচ শতাধিক লোকে আজমলৰ এআইইউডিএফ দল এৰি যোগ দিয়ে কংগ্ৰেছ।