নাদিয়াৰ গ্ৰন্থত বিস্ফোৰণ, ISIS-এ মোক যৌন ক্ষুধা নিবাৰণৰ বাবে ব্যৱহাৰ...

Home বিশ্বনাদিয়াৰ গ্ৰন্থত বিস্ফোৰণ, ISIS-এ মোক যৌন ক্ষুধা নিবাৰণৰ বাবে ব্যৱহাৰ কৰিছিল

নাদিয়াৰ গ্ৰন্থত বিস্ফোৰণ, ISIS-এ মোক যৌন ক্ষুধা নিবাৰণৰ বাবে ব্যৱহাৰ কৰিছিল

by News Desk
77 views
A+A-
Reset

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ধমকিত সেও মানি ৫ বছৰৰ মূৰকত পাকিস্তানে যোৱা ১৫ অক্টোবৰত উগ্ৰপন্থীৰ হাতৰ পৰা মুকলি কৰিছিল কানাডাৰ নাগৰিক জুশুয়া বয়েলৰ পৰিয়ালক৷ পাকিস্তান সেনাৰ সহযোগত তালিবানৰ ঘাটিৰ পৰা উদ্ধাৰ হোৱা জুশুয়া বয়েল, পত্নী আৰু দুই সন্তান সহ টৰেন্ট’ত উপস্থিত হোৱাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত ৫ বছৰে তালিবানে বন্দী কৰি ৰখাৰ সময়ৰ ভয়াবহ স্মৃতি ৰোমন্থন কৰাত বিশ্বত খলকনি লাগিছিল৷

কানাডাৰ নাগৰিক জুশুয়া বয়েলৰ মাৰ্কিন পত্নী সহ বন্দীত্বৰ দুৰ্বিষহ ৫ বছৰৰ কথা কৈ শিয়ৰি উঠিছিল। theguardianত সবিস্তাৰে প্ৰকাশ পাইছিল এই খবৰে৷ বয়েলে কৈছিল “মোৰ পত্নীক গণ ধৰ্ষণ কৰিছে। মোৰ সন্তানক হত্যা কৰিছে”৷ কেৱল ইমানে নহয় তালিবানৰ ভাতৃ সংগঠন হাকানিৰ মুৰব্বীৰ কথা কৈ বয়েলে আৰু কয় “হাকানি সন্ত্ৰাসবাদীয়ে মোৰ কন্যা শিশুক হত্যা কৰিছে৷ মই আৰু মোৰ পত্নীয়ে সিহতৰ সংগঠনত যোদ নিদিয়াৰ বাবে মোৰ পত্নীক গণ ধৰ্ষণ কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0