Home ৰাজনীতিবিজেপিত বিসম্বাদ, উপ-নিৰ্বাচনত পৰাজয় বৰণ কৰাত মুখ্যমন্ত্ৰী বসুন্ধৰাক আঁতৰ কৰাৰ দাবী

বিজেপিত বিসম্বাদ, উপ-নিৰ্বাচনত পৰাজয় বৰণ কৰাত মুখ্যমন্ত্ৰী বসুন্ধৰাক আঁতৰ কৰাৰ দাবী

by News Desk
63 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ক্ৰমান্বয়ে নিৰ্বাচনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছে ৰাজস্থানত৷ বসুন্ধৰা ৰাজে সিন্ধিয়াই ৫ বছৰ কাৰ্যকাল সমাপ্ত কৰিবলৈ মাথো কেইমাহ মান বাকী৷ কংগ্ৰেছৰ অশোক গেহলেটৰ চৰকাৰক বিধ্বস্ত কৰি শাসনলৈ আহিছিল বসুন্ধৰাই৷ বহু আশাৰে ৰাইজে বিজেপিক ভোটদান কৰি শাসনত বহুৱাইছিল বসুন্ধৰাক৷

কিন্তু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাইজে যেন বসুন্ধৰাক বিদায় দিব খুজিছে৷ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে ছেমিফাইনেলত ধৰাশায়ী হয় বিজেপি দল৷ ৰাজস্থানৰ দুটাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বিজেপি দলে পৰাজয়বৰণ কৰাৰ পিছৰে পৰা ৰাজনৈতিক বিশ্লেষক- ৰাইজে বিকল্পৰ সন্ধান কৰিব বুলি চৰ্চা আৰম্ভ হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0