71
আগৰতলাঃ ইয়াৰ পূৰ্বে ইমান বিলাসী নিৰ্বাচন কেতিয়াও দেখা নাছিল ত্ৰিপুৰাৰ জনসাধাৰণে৷ এইবাৰৰ নিৰ্বাচন বিশেষ নিৰ্বাচন ৰাইজৰ বাবে৷ কিয়নো কেতিয়াও নোহোৱা-নোপোজা কেইবাটাও ঘটনা সংঘটিত হৈছে এইবাৰৰ নিৰ্বাচনত৷ টকাৰ পয়োভৰ এইবাৰৰ নিৰ্বাচনৰ এটা নতুন দিশ৷ নিৰ্বাচনত ব্যাপক হাৰত ধন বিতৰণ হৈছে সেই কথা সকলোৱে জানে৷
