Home ৰাজনীতিমমতা দিদিৰ ৰাজ্যৰ পৰা দিল্লীলৈ যাব জয়াই

মমতা দিদিৰ ৰাজ্যৰ পৰা দিল্লীলৈ যাব জয়াই

by News Desk
56 views
A+A-
Reset

ডিজিটেল ডেস্কঃ টিএমচি অৰ্থাৎ তৃণমূল কংগ্ৰছৰ সৈতে জয়া বচ্চনৰ ঘনিষ্ঠতা বৃদ্ধি হোৱা বুলি প্ৰচাৰ ইতিমধ্যে আৰম্ভ হৈছে৷ একালৰ মোহময়ী বলিউডৰ অভিনেত্ৰী জয়া বচ্চনে সমাজবাদী দলৰ সৈতে সুসম্পৰ্ক আছিল যদিও শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ পৰা ৰাজ্যসভাৰ সাংসদ হ’বলৈ ওলোৱা বুলি প্ৰচাৰ হোৱা খবৰে তাৎপৰ্যবহন কৰিছে৷

ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ মতে, টিএমচিয়ে পশ্চিম বংগৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণ কৰিব জয়াক৷ তৃণমূল কংগ্ৰেছে পশ্চিম বংগৰ পৰা ৰাজ্য সভাৰ সাংসদ হিচাপে প্ৰেৰণ কৰিব জয়াক এই কথাত মোহৰ মাৰিব মমতা বেনাৰ্জীয়ে৷ জয়াই তৃণমূল কংগ্ৰেছৰ সৈতে সম্পৰ্কত থকা বুলিও চৰ্চা হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0