68
কহিমাঃ মঙলবাৰে পুৱাৰে পৰা নাগালেণ্ডত অনুষ্ঠিত হোৱা ভোটগ্ৰহণত কেইবাটাও অঘটন সংঘটিত হয়। নাগালেণ্ডৰ আকলুটত NPF আৰু NDPPৰ মাজত সংঘাতৰ সৃষ্টি হয়।
#Nagaland: 1 person dead, 2 injured after clash erupted between groups of Naga People's Front and Nationalist Democratic Progressive Party near a polling booth in Akuluto. The polling process was not disturbed.