Home ৰাজনীতিকৰ্ণাটকৰ নিৰ্বাচনৰ দিন ঘোষণা, ১২ মে’ত ভোটগ্ৰহণ, ১৫ মে’ত ফলাফল

কৰ্ণাটকৰ নিৰ্বাচনৰ দিন ঘোষণা, ১২ মে’ত ভোটগ্ৰহণ, ১৫ মে’ত ফলাফল

by News Desk
72 views
A+A-
Reset

ডিজিটেল ডেস্কঃ কংগ্ৰেছ শাসিত ২২৪ খন আসনৰ কৰ্ণাটক বিধান সভাৰ নিৰ্বাচন অহা ১২ মে’ত অনুষ্ঠিত হ’ব৷ দেশৰ নিৰ্বাচন আয়োগে মঙলবাৰে কৰ্ণাটকৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ভোটগণনাৰ দিন ঘোষণা কৰে৷ ১২ মে’ত ভোটগ্ৰহণ আৰু ১৫ মে’ত ভোটগণনা কৰিব নিৰ্বাচন আয়োগে৷

মঙলবাৰে নিৰ্বাচন আয়োগে সংবাদমেল অনুষ্ঠিত কৰি কৰ্ণাটকৰ ভোটগ্ৰহণ আৰু ভোটগণনাৰ দিন ঘোষণা কৰে৷ উল্লেখ্য যে, কংগ্ৰেছ শাসিত ৰাজ্য খনত কংগ্ৰেছ আৰু বিজেপিয়ে তীব্ৰ প্ৰচাৰ ইতিমধ্যে আৰম্ভ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ সভাপতি অমিত শ্বাহ আৰু কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে একাধিক সমাবেশ অনুষ্ঠিত কৰিছে ৰাজ্য খনত৷ 
  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0