ডিজিটেল ডেস্কঃ লোকসভা আৰু ৰাজ্যসভা বাৰে বাৰে স্থগিত ৰাখিব লগা হোৱাৰ বাবে কংগ্ৰেছ আৰু বিজেপিৰ মাজত অভিযোগ প্ৰতি অভিযোগ অব্যাহত আছে৷ সদন চলিব নিদিয়াৰ অভিযোগ শাসক-বিৰোধীৰ মাজত৷ বিৰোধীয়ে শাসকীয় এনডিএৰ বিৰুদ্ধে সদন চলিব নিদিয়াৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে শাসকীয় বিজেপিয়ে কংগ্ৰেছেৰ বাবে সদন অচল হৈ অহা বুলি কব খোজে৷
The Chair(in Rajya Sabha) can only talk to both sides(Govt and Opposition), and the Chairman(VP Naidu) did his best to bring them together, he met them also separately: PJ Kurien, Rajya Sabha Deputy Chairman on #BudgetSession of Parliament pic.twitter.com/7XWQIcbKRa