ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশ ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবীত লোকসভাৰ চেন্ট্ৰেল হ’লৰ সন্মুখত প্ৰতিবাদ অব্যাহত ৰখা টিডিপিৰ সাংসদ মুৰলী মোহন অসুস্থ হৈ পৰে৷ সাংসদগৰাকীক চিকিৎসালয় ভৰ্তি কৰিব লগা হয়৷ সংসদ ভৱন চৌহদত হঠাৎ অসুস্থ হৈ পৰে সাংসদগৰাকী৷ ততাতৈয়াকৈ সাংসদগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰে আন সাংসদ তথা মাৰ্চেলে৷
Delhi: TDP MP Murli Mohan rushed to hospital after he fell ill during protest in Parliament over special category status for Andhra Pradesh. pic.twitter.com/H8RIsuWt5w