Home বিশ্বছিৰিয়াত আমেৰিকাৰ আক্ৰমণঃ ৰাছিয়াই সকিয়ালে, ভুঞ্জিব লাগিব ফল

ছিৰিয়াত আমেৰিকাৰ আক্ৰমণঃ ৰাছিয়াই সকিয়ালে, ভুঞ্জিব লাগিব ফল

by News Desk
72 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দুই মহৰ যুঁজত বিৰিণাৰ মৰণ ঘটাৰ লেখীয়া গৃহযুদ্ধৰে জৰ্জৰিত মধ্যপ্ৰাচ্যৰ দেশ ছিৰিয়াত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠাৰ সম্ভাৱনা প্ৰকট। বিভিন্ন ৰাজনৈতিক মহলৰ কটু সমালোচনাৰ পিছতো আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে কালিৰে পৰা ছিৰিয়াত আৰম্ভ কৰিছে আকাশমাৰ্গৰ আক্ৰমণ। বাছৰ অল আছাদে দেশখনত ৰাসায়নিক আক্ৰমণ চলোৱাৰ অভিযোগ তুলি তাৰেই প্ৰতিক্ৰিয়াস্বৰূপে এই আক্ৰমণ কৰা বুলি সদৰি কৰিছে ট্ৰাম্পে। 

ইতিমধ্যে ছিৰিয়াৰ নাগৰিকৰ সকলোপ্ৰকাৰৰ স্বাধীনতা খৰ্ব হোৱাৰ লগতে জীৱন দুৰ্বিসহ হৈ পৰাক লৈ চিন্তিত আন্তৰাষ্ট্ৰীয় মানৱধিকাৰ সংগঠন এমনেষ্টি ইণ্টাৰনেছনেলে ট্ৰাম্প প্ৰশাসনক সকিয়াই দি কয় যে ট্ৰাম্প প্ৰশাসনে ছিৰিয়ান নাগৰিকৰ প্ৰতি ক্ষয়-ক্ষতি কমোৱাৰ প্ৰতি লক্ষ্য ৰখা উচিত। তদুপৰি ছিৰিয়ান ভগনীয়াক আশ্ৰয় দিয়াৰ বাবেও ট্ৰাম্প প্ৰশাসনক আহ্বান জনায় এমনেষ্টিয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0