Home ৰাজনীতিকৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ অৱদানৰ বিষয়ে ১৫ মিনিট ভাষণ দি দেখুৱাওক মোডীয়ে

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ অৱদানৰ বিষয়ে ১৫ মিনিট ভাষণ দি দেখুৱাওক মোডীয়ে

by News Desk
74 views
A+A-
Reset

ডিজিটেল ডেস্কঃ প্ৰধনামন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক দিয়া প্ৰত্যাহ্বান এতিয়াও উলাই কৰা নাই কংগ্ৰেছে৷ মঙলবাৰে কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ মজতে নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ অধ্যক্ষগৰাকীক দিয়া প্ৰত্যাহ্বানৰ প্ৰতি-প্ৰত্যাহ্বান জনাইছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক টুইট যোগে নৰেন্দ্ৰ মোডীক প্ৰত্যাহ্বান জনাই ১৫ মিনিট সময় কৰ্ণাটকৰ পূৰ্ব মুখ্যমন্ত্ৰী বি এছ য়েদেৰুপ্পা চৰকাৰৰ অবদানৰ বিষয়ে ক’বলৈ আহ্বান জনায়৷ 

সিদ্ধাৰামাইয়াই টুইটত কয়, ‘মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়া, মই আপোনাক কাগজত চাই কৰ্ণাটকত বি এছ য়েদেৰুপ্পা চৰকাৰৰ অৱদানৰ বিষয়ে ১৫ মিনিত ক’বলৈ চেলেঞ্জ দিছো৷ বিনম্ৰতাৰে সিদ্ধাৰামাইয়া৷’’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0