Home ৰাজনীতিমুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক হত্যা কৰিব ভাড়াতীয়া হত্যাকাৰীয়ে, আগধন দিছে এটি ৰাজনৈতিক দলে

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক হত্যা কৰিব ভাড়াতীয়া হত্যাকাৰীয়ে, আগধন দিছে এটি ৰাজনৈতিক দলে

by News Desk
59 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক হত্যা কৰিব পাৰে৷ খোদ মমতা বেনাৰ্জীয়ে এই সন্দেহ প্ৰকাশ কৰে৷ শুকুৰবাৰে এটি নিউজ চেনেলক দিয়া সক্ষাতকাৰত দেশৰ প্ৰভাৱশালী নেত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে৷ ভাড়াতীয়া হত্যাকাৰীৰ হতুৱাই তেওঁক হত্যা কৰা হ’ব পাৰে বুলি কয়৷ আনকি তেওঁক হত্যা কৰাৰ বাবে ভাড়াতীয়া হত্যাকাৰীক টকা আগধন দিয়া হৈছে বুলি কয়৷ 

ইমানে নহয় মমতাৰ ঘৰ পৰ্যন্ত হত্যাকাৰীয়ে পৰিদৰ্শন কৰি গৈছে বুলি কয়৷ নাম নোলোৱাকৈয়ে এটি ৰাজনৈতিক দলে এই ষড়যন্ত্ৰ ৰচনা কৰা বুলি কয়৷ দলটোৰ নাম উল্লেখ নকৰাকৈয়ে হত্যাৰ বাবে আগধন দিয়া বুলি কয়৷ ৰাজনীতিৰ পথাৰত যুঁজিবলৈ ভয় কৰি হত্যাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি কয়৷ প্ৰথমে চৰিত্ৰহনন কৰি হত্যাৰ ষড়যন্ত্ৰ কৰাৰ আশংকা ব্যক্ত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0