Home ৰাজনীতিকৰ্ণাটকত কাৰ চৰকাৰ? কংগ্ৰেছে ক’লে, আমি আহি আছো, আনন্দৰে দেওবাৰ অতিবাহিত কৰক

কৰ্ণাটকত কাৰ চৰকাৰ? কংগ্ৰেছে ক’লে, আমি আহি আছো, আনন্দৰে দেওবাৰ অতিবাহিত কৰক

by News Desk
65 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ শনিবাৰে অন্ত পৰে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন৷ ইয়াৰ পিছতে কংগ্ৰেছ-বিজেপিৰ মাজত আৰম্ভ হয় নতুন অংক৷ সেয়া হৈছে নিৰ্বাচনত কোনে কিমান আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ বিজেপিয়ে কৰ্ণাটকত এইবাৰ সংখ্যা গৰিষ্ঠ আসনেৰে শাসনাধিষ্ঠিত হ’ব পাৰিব বুলি দাবী কৰে৷ কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যখনৰ শাসনাধিষ্ঠিত কংগ্ৰেছেও পুনৰ ৰাজ্যখনৰ ক্ষমতালৈ আহিব বুলি দাবী কৰিছে৷ 

সম্পন্ন হৈ যোৱা ৰাজ্যখনৰ নিৰ্বাচনত বিজেপিৰ সংখ্যা গৰিষ্ঠতা লাভ কৰাৰ মন্তব্য খাৰিজ কৰে মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই৷ মুখ্যমন্ত্ৰীগৰাকীয়ে দেওবাৰে এক টুইট যোগে বিজেপিৰ ক্ষমতা লাভ কৰাৰ সপোন খৰিজ কৰি কয় যে এইবাৰো কৰ্ণাটকত কেৱল কংগ্ৰেছেই ক্ষমতা দখল কৰিব৷ তেওঁ টুইট যোগে দলীয় কৰ্মীসকলক দেওবাৰটো আনন্দ স্ফুৰ্তিৰে পাৰ কৰিবলৈ আহ্বান জনায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0