76
newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে ৯০ খন আসনত জয়ী হৈছে আনহাতে ১৪ খন আসনত আগবাঢ়ি আছে৷
কংগ্ৰেছে এতিয়া লৈ ৬০ খন আসনত জয়ী হোৱাৰ লগতে ১৮ খন আসনত আগবাঢ়ি আছে৷ জেডিএছে ২৮ খন আসনত জয়ী হোৱাৰ লগতে ১০ খন আসনত আগবাঢ়ি আছে৷