Home ৰাজনীতিকংগ্ৰেছৰ ফুটা কপাল! ৰাহুলে য’তেই চলাই নিৰ্বাচনী প্ৰচাৰ, তাতেই হাৰে কংগ্ৰেছ

কংগ্ৰেছৰ ফুটা কপাল! ৰাহুলে য’তেই চলাই নিৰ্বাচনী প্ৰচাৰ, তাতেই হাৰে কংগ্ৰেছ

by News Desk
64 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ সময়ত শাৰীত থিয় দিছিল তেওঁ৷ পেট্ৰলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদন কৰি চাইকেল চলাই ঘুৰি ফুৰিছিল তেওঁ৷ শিলৰ খাদত গৈ মজদুৰৰ দৰে মাটি-শিল মুৰত বোজাই কৰিছিল তেওঁ৷ কলেজ-বিশ্ববিদ্যালয়ত ভাষণ দি তেওঁ কৈছিল- তেওঁ যি যি কৰিব পাৰে, সেই সকলোবোৰেই তেওঁ কৰি গৈছে৷ 

কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ কাৰ্যদক্ষতাত সন্দেহ কৰিবলগীয়া একো নাই৷ কিন্তু কংগ্ৰেছৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ পৰা কংগ্ৰেছে যিমানবাৰ নিৰ্বাচনী যুদ্ধত অৱৰ্তীৰ্ণ হৈছে, সিমানবাৰেই বিফলতাৰ মুখ দেখিবলগীয়া হৈছে এসময়ৰ মহাপ্ৰতাপী দলটোৱে৷ কোনো কোনো নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ জমানত বাজেয়াপ্ত হোৱাৰ বিপৰীতে কোনো নিৰ্বাচনত আকৌ সম্পূৰ্ণৰূপেই নিশ্চিহ্ন হৈ গৈছে ৰাহুল গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছ দলটো।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0