newsnextone.com | ডিজিটেল ডেস্কঃ এটাৰ পিছত এটা বিতৰ্কৰে বাতৰিৰ শিৰোনামা দখল কৰা উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ মন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে পুনৰ এক বিতৰ্কিত মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে৷ এইবাৰ ৰাইজক লৰোগত আক্ৰান্ত হোৱাৰ ভয় দেখুৱালে মন্ত্ৰীগৰাকীয়ে৷ কেতিয়াবা নিজ দলৰ বিপক্ষে আৰু কেতিয়াবা মোডী চৰকাৰৰ বিফলতাৰ বিষয়ে কৈ মন্ত্ৰীগৰাকীয়ে বিতৰ্কৰ সৃষ্টি কৰি আহিছে৷ শেহতীয়াকৈ ৰাজপুতকে ধৰি কেইটামান সম্প্ৰদায়ক মদাহী আখ্যা দি তীব্ৰ সমালোচনাৰ সন্মুখীন হয় ওম প্ৰকাশ ৰাজভৰ৷
#WATCH UP Minister OP Rajbhar at an event in Ballia says 'Jab tak meri team rally ka sandesh lekar aapke pass nahi jaayegi, tab tak kisi aur Party ki rally agar koi gaya toh usko OP Rajbhar ka shraap lagega, peeliya ho jaayega, theek tabhi hoga jab OP Rajbhar ki dawai loge.' pic.twitter.com/xHQ6IwNepN