61
newsnextone.com | ডিজিটেল ডেস্কঃ কানাডাৰ টৰন্টো চহৰৰ এখন বিলাসী ৰেষ্টুৰেণ্টত বৃহস্পতিবাৰে প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হয়৷
জানিব পৰা মতে, এই বিস্ফোৰণত ৰেষ্টুৰেন্টখত উপস্থিত থকা ১৫ গৰাকী লোক গুৰুতৰভাৱে আহত হয়৷ টৰেন্টোৰ ‘বম্বে ভেল’ নামৰ ভাৰতীয় হোটেলখনত সংঘটিত এই বিস্ফোৰণ বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷