Home ৰাজনীতিবিৰোধী একত্ৰিত হ’বৰ বাবে এয়াই উপযুক্ত সময়, উপ-নিৰ্বাচনত বিজেপিৰ পৰাজয় সৰু কথা নহয়

বিৰোধী একত্ৰিত হ’বৰ বাবে এয়াই উপযুক্ত সময়, উপ-নিৰ্বাচনত বিজেপিৰ পৰাজয় সৰু কথা নহয়

by News Desk
61 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ এনচিপি প্ৰধান শাৰদ পাৱাৰে বিৰোধী একত্ৰিত হোৱাৰ এয়াই উপযুক্ত সময় বুলি কয়৷ সোমবাৰে শাৰদ পাৱাৰে উপ-নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়বৰণ সৰু কথা নহয় বুলি কয়৷ পাৱাৰে গেৰুৱা দলৰ বিৰুদ্ধে বিৰোধীক এখন মঞ্চত একত্ৰিত হোৱাৰ আহ্বান জনায়৷ তেওঁ নিজেই বিৰোধীক একত্ৰিত কৰাৰ বাবে আগভাগ লবৰ বাবে সাঁজু থকা বুলি কয়৷ দেশত ১৯৭৭ চনৰ দৰে পৰিস্থিতৰ সৃষ্টি হোৱা বুলি কৈ এনে পৰিস্থিতিতে বিৰোধীয়ে ইন্দিৰা গান্ধীক শাসনৰ পৰা বিতাড়িত কৰিছিল বুলি কয়৷ 

পাৱাৰে উপ-নিৰ্বাচনৰ ফলাফল বিজেপি বিৰুদ্ধে যোৱা বুলি কৈ এয়া কোনো সৰু কথা নহয়৷ পাৱাৰে এই মন্তব্য উপ-নিৰ্বাচনত নিজ দল এনচিপিৰ পৰা জয়ী হোৱা ভাণ্ডাৰা-গন্ধীয়াৰ নৱ নিৰ্বাচিত সাংসদক সাক্ষাৎ কৰাৰ পিছত প্ৰকাশ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0