Home ৰাজনীতিভোটাৰৰ ভৰষা হেৰুৱাইছে বিজেপিয়ে, শিৱসেনাই অকলেই খেলিব ২০১৯ৰ নিৰ্বাচন

ভোটাৰৰ ভৰষা হেৰুৱাইছে বিজেপিয়ে, শিৱসেনাই অকলেই খেলিব ২০১৯ৰ নিৰ্বাচন

by News Desk
75 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপি অধ্যক্ষ অমিত শ্বাহে বুধবাৰে সন্ধিয়া শিৱসেনাৰ প্ৰধান উদ্ধৱ থাকৰেক সাক্ষাতৰ পূৰ্বে শিৱসেনাই সহযোগী দল বিজেপিক উপেক্ষা কৰা পৰিলক্ষিত হৈছে৷ শিৱসেনাৰ মুখপত্ৰ ‘চামনা’ত প্ৰকাশ পোৱা সম্পাদকীয় পৃষ্ঠাত ২০১৯ চনত দলে অকলেই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিষয়ে পুনৰ এবাৰ উল্লেখ কৰিছে৷

লেখাটোত মোডী চৰকাৰে ভোটাৰৰ ভৰষা হেৰুৱাইছে বুলিও দাবী কৰা হৈছে৷ যাৰ ফলত দলে ইয়াৰ প্ৰকৃত কাৰণ উদঘাটনত গুৰুত্ব প্ৰদান কৰিবলৈ শিৱসেনাই বিজেপিক পৰামৰ্শ প্ৰদান কৰিছে৷ আনহাতে শিৱসেনাই অমিত শ্বাহৰ ‘সমৰ্থনৰ বাবে সম্পৰ্ক’ বিষয়ক নীতিৰ ওপৰতো কটাক্ষ কৰে৷ বিজেপি অধ্যক্ষই এনডিএৰ পূৰ্বৰ সহযোগী টিডিপি অধ্যক্ষ চন্দ্ৰবাবু নাইডুৰ সৈতে সাক্ষাত কৰিবনে নাই বুলি প্ৰশ্ন কৰে শিৱসেনাই৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0