Home ৰাজনীতিপ্ৰৱেশ নিষেধ, বাহিৰতে বহি থাকিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, ভিতৰত বিজেপি-শিৱসেনাৰ বৈঠক

প্ৰৱেশ নিষেধ, বাহিৰতে বহি থাকিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, ভিতৰত বিজেপি-শিৱসেনাৰ বৈঠক

by News Desk
42 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৯ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক কৌশল অৱলম্বন কৰি বিজেপিৰ সৈতে সম্পৰ্ক ছেদ কৰা নেতা সকলক পুনৰ দললৈ উভটাই আনিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ বিজেপিয়ে সমৰ্থনৰ বাবে সম্পৰ্ক অভিযানৰ জৰিয়তে দেশৰ বিশিষ্ট আৰু প্ৰভাৱশালী লোক সকলক সাক্ষাত কৰি বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছে৷ 

বিজেপি অধ্যক্ষ অমিত শ্বাহে সমৰ্থনৰ বাবে সম্পৰ্ক অভিযানৰ জৰিয়তে বুধবাৰে শিৱসেনাৰ প্ৰধান উদ্ধৱ থাকৰেক মুম্বাইৰ মাতোশ্ৰীত সাক্ষাত কৰে৷ জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবীছেও অমিত শ্বাহৰ সৈতে উদ্ধৱ থাকৰেক সাক্ষাত কৰাৰ বাবে গৈছিল যদিও বৈঠকৰ সময়ত তেওঁ বাহিৰতে বহি থাকিব লগা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0