67
newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপিৰ নহয় মহাৰাষ্ট্ৰত পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ৱ শিৱসেনাৰ পৰা৷ শিৱসেনা আৰু বিজেপিয়ে মহাৰাষ্ট্ৰত মিত্ৰজোঁটৰ চৰকাৰ চলাই আছে যদিও প্ৰতিদিনে বিজেপিক আক্ৰমণ কৰে শিৱসেনাৰ নেতাই৷
তাৰ মাজতে মহাৰাষ্ট্ৰত যে পৰৱৰ্তী মুখ্যমন্ত্ৰী গৰাকী শিৱ সেনাৰ হ’ব সেই কথাৰ উমান দিলে উদ্ধৱ থাকৰেই৷ বুধবাৰে এই কথা খোদ প্ৰকাশ কৰিলে শিৱ সেনাৰ মুৰব্বী উদ্ধাৱ থাকৰেই৷ উদ্ধাৱ থাকৰেই কয় ‘‘আমি প্ৰতিজ্ঞাবদ্ধ, আৰু সেই দৰেই কৰি আহিছোঁ৷