60
newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিম বংৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে বিজেপিৰ আক্ৰমণ কৰি তীক্ষ্ণ মন্তব্য প্ৰকাশ কৰে৷ বেনাৰ্জীয়ে ভাৰতীয় জনতা পাৰ্টীক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তুলনা কৰে৷ তেওঁ কয়, ‘তৃণমূল কংগ্ৰেছ বিজেপিৰ দলে সন্ত্ৰাসবাদী সংগঠন নহয়৷’
আনহাতে বিজেপিয়ে কেৱল খ্ৰীষ্টান আৰু মুছলমান সকলকে নহয়, হিন্দু সকলৰ মাজত সংঘৰ্ষ সৃষ্টি কৰিছে বুলি দাবী কৰে মমতা বেনাৰ্জীয়ে৷