99
newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে সোমবাৰে ৰয় মোডী চৰকাৰক প্ৰতিশ্ৰুতি পূৰণৰ বাবে পুনৰ ৫ বছক শাসনাধিষ্ঠিত কৰা উচিত৷ আনহাতে, তেওঁ বিত্ত মন্ত্ৰী নহোৱা বাবে দেশৰ অৰ্থ ব্যৱস্থা সন্তোষজনক নহয় বুলিও উল্লেখ কৰে৷
সোমবাৰে হিন্দুস্তান সংগমৰ দ্বাৰা আয়োজিত ‘ভাৰতৰ ভৱিষ্যত আলোচনা’ শীৰ্ষক এক অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য কৰে বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে৷