67
newsnextone.com | ডিজিটেল ডেস্কঃ সংসদৰ বৰ্ষাকালীন অধিবেশন বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে৷ ১৮ দিন চলিবলগীয়া অধিবেশনত তিনি তালাক, পিছপৰা শ্ৰেণীৰ আয়োগৰ সাংবিধানিক মৰ্যদা দিয়াকে ধৰি কেইবা খনো বিধেয়ক চৰকাৰে উত্থাপন কৰিব পাৰে৷