Home ৰাজনীতিNRC, ২ আগষ্টত অসমলৈ আহিব মমতাৰ দল TMCৰ সাংসদ প্ৰতিনিধি

NRC, ২ আগষ্টত অসমলৈ আহিব মমতাৰ দল TMCৰ সাংসদ প্ৰতিনিধি

by News Desk
58 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ এনআৰচিৰ খচৰা প্ৰকাশৰ পিছতে বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। তৃণমূল কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে সদনৰ বাহিৰে ভিতৰে। তৃণমূলৰ সাংসদে সদন উত্তাল কৰাৰ লগতে ইতিমধ্যে তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে অসমলৈ অহাৰ কথা ঘোষণা কৰিছিল। আনহাতে ৩০ জুলাইৰ পুৱাই এনআৰচিৰ সম্পূৰ্ণ খচৰা মুকলি কৰাৰ পিছতে মমতা বেনাৰ্জীয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল।

মমতাই এক পৰিকল্পনা কৰি মানুহৰ নাম বাদ পেলোৱা হৈছিল বুলি কৈ আমি এই কাৰণেই উদ্বিগ্ন যে তেওঁলোকে নিজ দেশতে শৰণাৰ্থী হৈছে বুলি কৈছিল। বাংলাভাষী মানুহ আৰু বিহাৰীক খেদাৰ এক পৰিকল্পনা কৰা হৈছে। আমাৰ ৰাজ্যত এই বিষয়ত প্ৰভাৱ পৰিব বুলি কয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0