Home ৰাজনীতিবিহাৰৰ বালিকা গৃহ ধৰ্ষণ কাণ্ড, লালু পুত্ৰ তেজস্বীৰ প্ৰতিবাদলৈ আহিল ৰাহুল-কেজৰিৱাল সহ বিভিন্ন নেতা

বিহাৰৰ বালিকা গৃহ ধৰ্ষণ কাণ্ড, লালু পুত্ৰ তেজস্বীৰ প্ৰতিবাদলৈ আহিল ৰাহুল-কেজৰিৱাল সহ বিভিন্ন নেতা

by News Desk
68 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ বিহাৰৰ বালিকা গৃহ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ দেশৰ সকলো বিৰোধী একত্ৰিত হ’ল দিল্লীত। শনিবাৰে বিহাৰৰ প্ৰধান বিৰোধী দল কথা লালু প্ৰসাদ যাদৱৰ দল আৰজেডিৰ আহ্বানত দেশৰ সকলো বিৰোধী দল একত্ৰিত হৈ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে। 

বিহাৰৰ নিতীশ কুমাৰ নেতৃত্বাধীন বিজেপি আৰু জেডিএছ চৰকাৰৰ বিৰুদ্ধে বিৰোধী দলে প্ৰতিবাদ সাব্যস্ত কৰি একপ্ৰকাৰ যেন লোকসভা নিৰ্বাচনৰ বাবে বিৰোধীক আকৌ এবাৰ একত্ৰিতহে হ’ল। লালু পুত্ৰ তেজস্বী যাদৱৰ আহ্বানত প্ৰতিবাদস্থলিত উপস্থিত হয় কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী, আপ নেতা, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, বামপন্থী নেতা ডি ৰাজা, সীতাৰাম য়েচুৰী, তৃণমূলৰ নেতা দীনেশ ত্ৰিবেদী, শৰদ যাদৱ, সঞ্জয় সিং, জীতেনৰাম মাঝি, কানহায়া কুমাৰ সহ বিৰোধী দলৰ সকলো নেতা প্ৰতিবাদত অংশ লয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0