57
বৰহোলাঃ বৰহোলাত লোকসভা নিৰ্বাচনৰ ঠাণ্ডা বতাহজাকি মঙলবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি গৰম কৰি তুলিলেহি।
বৰহোলাৰ হবিবুল হুছেইন শিশু নিকেতনৰ খেলপথাৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা হেলিপেডৰপৰা শ শ বাইক আৰোহিৰ লগতে বহুসংখ্যক দলীয় সমৰ্থকে সভাস্থলী বৰহোলা বাগান খেলপথাৰলৈ আদৰি আনে যোৰহাট সমষ্টিৰ মিত্ৰ গোষ্ঠীৰ প্ৰাৰ্থী তপন গগৈ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।