54
ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এফালে ছোনিয়া গান্ধীক না কৈ আনফালে হা কৈছে নৰেন্দ্ৰ মোদীক৷ দৰাচলতে ছোনিয়া গান্ধীয়ে বিৰোধী দলৰ বাবে আয়োজন কৰা আজিৰ দুপৰীয়াৰ আহাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকীকো নিমন্ত্ৰণ জনাইছিল৷
কিন্তু সময়সূচী নিমিলাৰ বাবে নীতিশ কুমাৰে উপস্থিত থাকিব নোৱাৰে বুলি জনোৱাৰ বিপৰীতে মোদীৰ একেধৰণৰেই প্ৰস্তাৱ ৰক্ষা কৰিব বুলি জনাইছে নেতাজনে৷