60
ডিজিটেল ডেস্কঃ তিনি ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণত শনিবাৰে নিশা লণ্ডন ব্ৰীজ ৰক্তাক্ত হৈ পৰাৰ পিছতে আজি এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে নৃশংস সন্ত্ৰাসবাদী সংগঠন আইছিছে।
দেওবাৰে আইছিছৰ চেনেল আমাকৰ যোগেদি এই কথা সদৰী কৰিছে সংগঠনটোৱে।