65
ডিজিটেলঃ সন্ত্ৰাসবাদী আৰু ইছলামিক সংগঠনক সমৰ্থন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি চাৰিখনকৈ ৰাষ্ট্ৰই কাটাৰৰ সৈতে কূটনৈতিক সম্পৰ্ক ছেদ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
এচচিয়েটেড প্ৰেছত প্ৰকাশিত বাতৰি মতে বাহৰেইন, ছৌডি আৰৱ, ইজিপ্ট, ইউএইয়ে সোমবাৰে এই সিদ্ধান্তলৈ আহে।