Home বিশ্ববন্দুক-বোমাৰে ইৰাণৰ সংসদত আক্ৰমণ, নিহত ৩

বন্দুক-বোমাৰে ইৰাণৰ সংসদত আক্ৰমণ, নিহত ৩

by News Desk
64 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ইৰাণৰ ৰাজধানী চহৰ টেহৰাণৰ সংসদ ভৱনত অতৰ্কিতে হোৱা গুলিবৰ্ষণ আৰু আত্মঘাটি বোমাৰুৰ আক্ৰমণত অতিকমেও তিনিজন লোক নিহত হৈছে৷ সন্ত্ৰাসবাদী সংগঠন আইছিছৰ নেতৃত্বত হোৱা এই গেৰিলা আক্ৰমণৰ পিছতে সংসদ ভৱনৰ কেউফালৰ দ্বাৰ বন্ধ কৰি দিয়াৰ লগতে সমগ্ৰ অঞ্চলজুৰি আতংকৰ সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মেট্ৰো চহৰখনত পথ অৱৰোধ কৰি দিয়া হৈছে৷ 

হাতত ৰাইফল-পিষ্টল লৈ আজি দিন দুপৰতে চাৰিজনকৈ আত্মঘাটি বোমাৰুৱে সংসদৰ চৌহদত বিস্ফোৰণ ঘটোৱাৰ পিছতে এজন সুৰক্ষা কৰ্মীকে ধৰি আন দুজন লোক আক্ৰমণত নিহত হয়৷ ইয়াৰে এজনে সংসদ ভৱনটোৰ চতুৰ্থ মহলালৈ উঠি গৈ তাতে বোমা বিস্ফোৰণ ঘটায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0