70
ডিজিটেল ডেস্কঃ পুৰুষ হৈছে বাঘৰ জাত। এই প্ৰবাদ নিশ্চয় কৰবাত নহয় কৰবাত শুনিছে। পুৰুষসকল প্ৰকৃততে বাঘৰ জাত হয় নে নহয় সেই বিতৰ্কলৈ নগৈ আপোনালোকক পৰিচয় কৰাই দিবলৈ লৈছে এনে এজন লোকৰ সৈতে, যাৰ সাহসৰ প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰি।
যি সময়ত এটি মাত্ৰ সন্তানক ডাঙৰ-দীঘল কৰাৰ চিন্তা পিতৃ-মাতৃৰ নিশা নিশা টোপনি নাইকিয়া হয়, সেই সময়তে বেলো মাছাবা নামৰ লোকজনে জন্ম দিছে ২০৩টাকৈ সন্তানৰ।