60
বোকাজানঃ কংগ্ৰেছ দলত থকালৈকে বিয়াগোম কেলেংকাৰীৰ কথা কৈ সমালোচনা কৰা নেতাজনকেই গেৰুৱা বসন পিন্ধাৰ পিছতেই সত্যনাৰায়ন হৈ পৰে নেকি? এই প্ৰশ্ন অসমত পোন্ধৰ বছৰ ধৰি শাসন চলোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।
দ্বাদশ কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ চলাব গৈ আজি বোকাজানত জনসাধাৰণৰ আগত এনেদৰে বিজেপিক কটাক্ষ কৰে গগৈয়ে।