59
ডিজিটেল ডেস্কঃ উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে দেশৰ বিৰোধী দলে৷ গুজৰাটৰ গোপাল কৃষ্ণ গান্ধীয়ে এই পদৰ বাবে প্ৰতিদ্বন্দীতা আগবঢ়াব।
কংগ্ৰেছ, জেডিইউ, আৰজেডি, টিএমচিকে ধৰি মুঠ ১৮ টা দলৰ নেতা উপস্থিত থকা আজিৰ এই বৈঠকত নেতাগৰাকীৰ নাম ঘোষণা কৰা হয়৷