65
ডিজিটেল ডেস্কঃ প্ৰাচীন চহৰ সন্ত্ৰাসবাদীৰ কবলৰ পৰা মুক্ত কৰি প্ৰতিশোধ লৈছে সেনাই। ইৰাকৰ মছুল চহৰত বৰ্তমান চৰকাৰী সৈন্যবাহিনীয়ে আৰম্ভ কৰিছে আইছিছ নিৰ্মূল পৰ্ব।
সন্ত্ৰাসবাদীক কচুকটা দি সম্প্ৰতি সেনাই চহৰখন দখলমুক্ত কৰিছে। সমান্তৰালকৈ নগুৰ-নাকটি কৰি প্ৰতিশোধ লৈছে নিষ্ঠুৰ মৌলবাদীৰ অত্যাচাৰৰ।