73
ডিজিটেল ডেস্কঃ এই সুন্দৰ পৃথিৱীখন নোহোৱা বা ধ্বংস হৈ যোৱাৰ কথা আপুনি ভাবিছেনে? কোনো গ্ৰহাণুৰ সৈতে খুন্দা আৰু কোনো নক্ষত্ৰৰ বিস্ফোৰণত পৃথিৱী ধ্বংস হোৱাৰ সম্ভাৱনীয়তাৰ কথা প্ৰকাশ কৰিছে বিজ্ঞানীসকলে৷
তেতিয়ালৈ হয়তো কোনো জীৱ বাচি নাথাকিব পৃথিৱীত৷ কিন্তু শেহতীয়াকৈ বিজ্ঞানীসকলে এক নতুন তথ্য প্ৰকাশ কৰিছে৷ ধ্বংস হোৱাৰ শেষৰ দিনসমূহতো টাৰ্ডিগ্ৰেড নামৰ জীৱবিধ থকাৰ সম্ভাৱয়তা প্ৰকাশ হৈছে এই তথ্যত৷