ডিজিটেল ডেস্কঃ পুনৰ ভয়াবহ বিস্ফোৰণত কঁপি উঠিল আফগানিস্তানৰ ৰাজধানী কাবুল চহৰ৷ দুটাকৈ বিস্ফোৰণে কাঢ়ি নিলে ২৯গৰাকী লোকৰ প্ৰাণ৷ cnn.comৰ খবৰ মতে, সোমবাৰে পুৱাই দুগৰাকী আত্মঘাটী বোমাৰুৱে সংঘটিত কৰা বোমা বিস্ফোৰণত ৯গৰাকী সাংবাদিক সহ ২৯ গৰাকী লোকৰ মৃত্যু হৈছে৷ ফ্ৰান্স প্ৰেছ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ মুখ্য ফটোগ্ৰাফাৰ শ্বাহ মাৰায়ো এই বিস্ফোৰণত নিহত হৈছে৷
"The bomber disguised himself as a journalist and detonated himself among the crowd."
AFP chief photographer Shah Marai and three other journalists were among 21 killed in two suicide blasts in Kabul.
AFP’s latest on the unfolding situation in Kabul: https://t.co/CB4G0EzJdi pic.twitter.com/ViUAD1EE1c