61
newsnextone.com | ডিজিটেল ডেস্কঃ এনআৰচিৰ খচৰা প্ৰকাশৰ পিছতে বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। তৃণমূল কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে সদনৰ বাহিৰে ভিতৰে। তৃণমূলৰ সাংসদে সদন উত্তাল কৰাৰ তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে পুনৰ এনৰচিৰ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
মমত বেনাৰ্জীয়ে দিল্লীৰ কনষ্টটিউচন ক্লাবত অনুষ্ঠিত ‘Love For Neighbour’ শীৰ্ষক কাৰ্যসূচীত অংশ লৈ পুনৰ অসমৰ এনআৰচি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।