Home ৰাজনীতিদেশৰ ৰাজনীতিৰ ভৱিষ্যত গঢ়িবলৈ এখোজ নৱ-প্ৰজন্ম

দেশৰ ৰাজনীতিৰ ভৱিষ্যত গঢ়িবলৈ এখোজ নৱ-প্ৰজন্ম

by News Desk
62 views
A+A-
Reset

গুৱাহাটীঃ সকলো জল্পনা কল্পনা অন্ত পেলাই অৱশেষত পুৱা ৭ বজাৰপৰা আৰম্ভ হৈছে দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহন প্ৰক্ৰিয়া। দেশৰ ২০ খন ৰাজ্যৰ মুঠ ৯১ টা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। সেই অনুসৰি অসমৰো পাঁচ সমষ্টিত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। পাঁচটা সমষ্টিত মুঠ ৭৬,০৩,৪৫৮ গৰাকীৰ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৪১ গৰাকীৰ প্ৰাৰ্থীৰ। তাৰ বাবে মুঠ ৯৫৭৪ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ, লখিমপুৰ, তেজপুৰ লোকসভাৰ সমষ্টিত হৈছে এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0